অসম বিধানসভাত অবৰ সচিবৰ চাকৰি

অসম বিধানসভাই অবৰ সচিব (Under Secretary) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম বিধানসভাত অবৰ সচিবৰ চাকৰি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১,১০,০০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৬-২০২০

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ৩৫ বছৰতকৈ কম আৰু ৪৩ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে প্ৰকৃত মাধ্যমেৰে (proper channel) আবেদন জনোৱা প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

সবিশেষ জানিবলৈ http://assamassembly.gov.in/recruitment.pdf চাব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com