অসম চিকিৎসা মহাবিদ্যালয়( AMCH) ত নিযুক্তি ২০২০

অসম চিকিৎসা মহাবিদ্যালয়( AMCH)  ত  নিযুক্তি ২০২০

এ.এম.চি.এইচ ( AMCH)  ত  নিযুক্তি ২০২০

পদৰ নাম: মেডিকেল সামাজিক কর্মী

পদখালী: ০১

শিক্ষাগত অর্হতা: এম.এচ.ডাব্লিউ/ এম.এচ.চি (লাইফ চাইঞ্চ) ডিগ্ৰীধাৰী হব লাগিব

১) ১ বছৰৰ অর্হতা থাকিব লাগিব

২) কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব

দৰমহা: ৩৫,০০০/

আবেদন পদ্ধতি: ইচ্ছুক পার্থী সকলে নিজৰ একাডমীক চার্টিফিকেট লৈ সাক্ষাৎকাৰ হব লাগিব,

তাৰিখ: ৩-০৬-২০২০

সময়: পূৱা ১০:৩০

স্থান: O/o the head of the Department, Medicine, AMCH, Dibrugarh.

অধিক জানিবৰ বাবে : click here 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com