অসম পেট্ৰো-কেমিকেল লিমিটেডত বিভিন্ন পৰ্যায়ৰ পদখালী
এই বিষয়ে অধিক তথ্য তলত পাব।

অসম পেট্ৰো-কেমিকেল লিমিটেডে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদসমূহঃ
উপ-প্ৰৱন্ধক (বিত্ত আৰু গণনা)
খালী পদৰ সংখ্যাঃ এটা।
বয়সৰ সীমাঃ ৪০ বছৰ।
দৰমহাঃ ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা । লগতে ১৪, ৫০০ টকাৰ গ্ৰেড পে।
নিযুক্তিৰ স্থানঃ অসম।
চাকৰিৰ প্ৰকৃতিঃ স্থায়ী।
গাণনিক বিষয়া ।
খালী পদৰ সংখ্যাঃ ০৪টা।
বয়সৰ সীমাঃ ৩৫ বছৰ।
দৰমহাঃ ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা । লগতে ১৩, ৫০০ টকাৰ গ্ৰেড পে।
নিযুক্তিৰ স্থানঃ অসম।
চাকৰিৰ প্ৰকৃতিঃ স্থায়ী।
নিম্ন বৰ্গৰ গাণনিক সহায়ক ।
খালী পদৰ সংখ্যাঃ ২টা।
বয়সৰ সীমাঃ ৪৩ বছৰ।
দৰমহাঃ ২২ হেজাৰ টকাৰ পৰা ৯৭ হেজাৰ টকা । লগতে ৯, ১০০ টকাৰ গ্ৰেড পে।
নিযুক্তিৰ স্থানঃ অসম।
চাকৰিৰ প্ৰকৃতিঃ স্থায়ী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০ ছেপ্টেম্বৰ, ২০২১।
আবেদনঃ প্ৰাৰ্থীয়ে http://assampetrochemicals.co.in/-ৰ জৰিয়তে অনলাইন আবেদনো কৰিব পাৰে।