অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি ২০২০

অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি ২০২০

অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি ২০২০

পদৰ নাম - কনিষ্টবল

পদৰ সংখ্যা - ৪৫১

মহিলাৰ বাবে পদ-৩১৬

পুৰুষৰ বাবে পদ-১৩৫

দৰমহা-১৪,০০০ ৰ পৰা ৬০,০০০

বয়স -১৮ ৰ পৰা ৩৮ বছৰ

অৰ্হতা- হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ।

কেনেদৰে আবেদন কৰিব- তলৰ ৱেবছাইটৰ জৰিয়তে

অন্তিম তাৰিখ-৩০-০৬-২০২০

অধিক জানিবৰ বাবে :click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com