Begin typing your search above and press return to search.

অসম আৰক্ষীত বিভিন্ন পদত নিযুক্তি

অসম আৰক্ষীত নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

অসম আৰক্ষীত বিভিন্ন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2020 7:08 AM GMT

পদসমূহঃ এনফোৰ্চমেণ্ট চেকাৰ/সহকাৰী বাণিজ্যিক বিষয়া/অধিক পদ

খালী পদৰ সংখ্যাঃ ১১৯টা।

দৰমহাঃ মাহিলী ১২হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৮-২০২০।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ জন্ম ২০০২ৰ ০১ জনুৱাৰীত অথবা তাৰ পূৰ্বে আৰু ১৯৮২ৰ ১ জানুৱাৰীত বা তাৰ পাছত হব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব। বয়স গণনাৰ ক্ষেত্ৰত কেৱল মেট্ৰিকৰ প্ৰমাণপত্ৰহে গ্ৰহণ কৰা হব।

বাছনি পৰীক্ষাত অৱতীৰ্ণ হওঁতে প্ৰাৰ্থীক কোনো টি এ-ডি এ দিয়া নহব। কাৰ্যালয়ৰ ঠিকনাঃ State Level Police Recruitment Board Assam, Rehabari, Guwahati –781008. আবেদন জনোৱাৰ নিয়মঃ SLPRB-ৰ www.slprbassam.in।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ 08-08-2020 ।ইয়াৰ পাছত কোনো আবেদন গ্ৰহণ কৰা নহব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

Next Story
চাকৰি