Begin typing your search above and press return to search.

অসম আৰক্ষীত সহকাৰী কেমিষ্ট নিযুক্তি

অসম আৰক্ষীয়ে সহকাৰী কেমিষ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

অসম আৰক্ষীত সহকাৰী কেমিষ্ট নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2020 12:21 PM GMT

খালী পদৰ সংখ্যাঃ চাৰিটা ৷

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০, ৫০০টকা।

আবেদন SLPRBৰ ৱেবছাইট www.slprb.inৰ জৰিয়তেহে জমা দিব লাগিব।

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানসহ বি এছ চি।

চাকৰিৰ স্থানঃ গুৱাহাটী ৷

বয়সৰ সীমাঃ ২০২০ৰ এক জানুৱাৰীত ১৮বছৰতকৈ কম আৰু ৪০বছৰতকৈ অধিক হ'ব নালাগিব ৷

সাক্ষাতকাৰলৈ অহাৰ বাবে কোনো টি এ/ডি এ প্ৰদান কৰা নহ'ব ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০ ৷

কাৰ্যালয়ৰ ঠিকনাঃ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷

Next Story
চাকৰি