অসম আৰক্ষীৰ কনিষ্ঠ চাইবাৰ ফৰেনছিক কনছালটেণ্ট নিযুক্তি

এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ
অসম আৰক্ষীৰ কনিষ্ঠ চাইবাৰ ফৰেনছিক কনছালটেণ্ট নিযুক্তি

অসম আৰক্ষীৰ বিষয়েঃ 

অসম আৰক্ষী হৈছে অসমৰ আইন বলবতকাৰী সংস্থা। ইয়াণ্ডাবু চুক্তি স্বাক্ষৰৰ পাছত ব্ৰিটিছ শাসনৰ সময়ত অসমত এটা নিয়মীয়া আৰক্ষী বাহিনীৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ৰাজ্যৰ গৃহ বিভাগৰ অধীনত অসম আৰক্ষীয়ে কাম কৰে। 

অসম আৰক্ষীৰ নিযুক্তি-২০২২ঃ 

অসম আৰক্ষীয়ে  "Cyber Crime Prevention against Women and Children (CCPWC)."- শীৰ্ষক প্ৰকল্পৰ অধীনত কনিষ্ঠ চাইবাৰ কনছলটেম্ট নিযুক্তিৰ বাবে আবেদগন বিচাৰিছে।  এই পদৰ বাবে প্ৰয়োজনীয় শি৭াগত অৰ্হতা, বয়সৰ সীমা, দৰমা আদিৰ তথ্য তলত পাবঃ

 এই পদসমূহৰ  বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

কনিষ্ঠ চাইবাৰ ফৰেণচিক কনছালটেণ্ট। 


পদৰ সংখ্যা

১ টা। 

দৰমহা

মাহিলী  ১ লাখ টকা। 

বয়সৰ সীমা


৪৫ বছৰতকৈ অধিক হব নালাগিব। 

নিযুক্তিৰ স্থান

গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়। 

অন্তিম তাৰিখ

১৭  ফেব্ৰুৱাৰী, ২০২২। 

আবেদনৰ মাচুল 

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতাঃ 

চাইবাৰ/ ডিজটেল / কম্পিউটাৰ ফৰেণছিকৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। অথবা আই টি বা কম্পিউটাৰ ছায়েন্স নতুবা কম্পিফটাৰ এপ্লিকেচন বা পদাৰ্থ  বিজ্ঞানসহ ইলেক্ট্ৰনিকছৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। 

অভিজ্ঞতা বিচৰা হব পাৰে। 

আবেদনৰ নিয়মঃ 

প্ৰাৰ্থীসকলে অহা ১৭ ফেব্ৰুৱাৰীৰ ভিতৰত ফোৱাকৈ আবেদন পত্ৰ Addl. Director General of Police, CID, Assam, Ulubari, Guwahati-07 -লৈ প্ৰেৰণ কৰিব পৰাে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com