অসম শক্তি উত্পাদন নিগম লিমিটেডত পদখালী

অসম শক্তি উত্পাদন নিগম লিমিটেডত পদখালী

অসম শক্তি উত্পাদন নিগম লিমিটেডে মুখ্য মহাপ্ৰৱন্ধক(চি জি এম) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৪২ হেজাৰ টকাৰ পৰা ১ লাখ ১৬ হেজাৰ টকা। গ্ৰেড পে ২০হেজাৰ টকা আৰু অন্যান্য ভাট্টা।

বয়সৰ সীমাঃ ৪৫ বছৰৰ পৰা ৫৫ বছৰ।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-০৯-২০২০।

আবেদনৰ নিয়মঃ APGCL-ৰ ৱেবছাইট www.apgcl.org-ত সকলো তথ্য পাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com