অধ্যাপক (Lecturer) নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল
অধ্যাপক (Lecturer) নিযুক্তিৰ বাবে অসম লোকসেৱা আয়োগৰ আবেদন আহ্বান
Published on: 

অসম লোকসেৱা আয়োগে অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদঃ অধ্যাপক (Lecturer)।  (Lecturer)

খালী পদৰ সংখ্যাঃ ২টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। তদুপৰি সংশ্লিষ্ট বিষয়ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ তিনি বছৰীয়া ডিপ্লোমা থাকিব লাগিব। লগতে সংশ্লিষ্ট বিষয়ত চৰকাৰী বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানত শিক্ষাদানৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

বয়সৰ সীমাঃ ২১ ৰ পৰা ৩৮ বছৰ। 

দৰমহাঃ মাহিলী ৫৭, ৭০০ টকাৰ পৰা ১, ৮২, ৪০০ টকা। 

আবেদন গ্ৰহণৰ শেষ তাৰিখ ঃ ০৮-১০-২০২১। 

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়। 

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com