অসম লোকসেৱা আয়োগত সঞ্চালক পদৰ বাবে নিযুক্তি

অসম লোকসেৱা আয়োগত সঞ্চালক পদৰ বাবে নিযুক্তি

অসম লোকসেৱা আয়োগত সঞ্চালক পদৰ বাবে নিযুক্তি । অসম লোকসেৱা আয়োগত সঞ্চালক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম: সঞ্চালক

পদৰ সংখ্যা - ১

দৰমহা - ৩০,০০০ ৰ পৰা ১,১০,০০০ টকা ।‌ লগতে গ্ৰেড পে ১৫,১০০ টকা ।

অৰ্হতা- স্নাতকোত্তৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰৰিত , লগতে নেছনেল আৰ্ছিভ অফ ইণ্ডিয়াৰ পৰা এবছৰৰ ডিপ্লমা এছিভ চাইন্সত ।

বয়স - ৪৫ ৰ পৰা ৫৫ বয়সৰ ভিতৰত।

এছ চি,এছ টিৰ বাবে ৫ বছৰ ৰেহাই ।

অ বি চি আৰু এম অ বি চিৰ বাবে তিনি বছৰ ৰেহাই ।

আবেদনৰ‌ মাছুল :

সাধাৰণ শ্ৰেণী - ২৫০ টকা

এছ চি/ এছ টি/ অ বি ছি/ এম অ বি চি - ১৫০ টকা

বি পি এল কাৰ্বি থকা প্ৰাৰ্থী - নাই ।

কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ ৱেবছাইটৰ পৰা আবেদন সংগ্ৰহ কৰিব লাগিব।‌

অন্তিম তাৰিখ: ১২/০৬/২০২০

অধিক জানিবৰ বাবে : click here 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com