নগালেণ্ডৰ জালুকীৰ অসম ৰাইফলছ পাব্লিক স্কুলত শিক্ষক নিযুক্তি

অসম ৰাইফলছ পাব্লিক স্কুল, জালুকীত শিক্ষক (ফেকাল্টী)ৰ চাৰিটা পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
নগালেণ্ডৰ জালুকীৰ অসম ৰাইফলছ পাব্লিক স্কুলত শিক্ষক নিযুক্তি

অসম ৰাইফলছ পাব্লিক স্কুল, জালুকীৰ বিষয়েঃ 

অসম ৰাইফলছ পাব্লিক স্কুল, জালুকী হৈছে এখন ইংৰাজী মাধ্যমৰ স্কুল। এই স্কুল নগালেণ্ডৰ পেৰেন জিলাৰ জালুকীস্থিত ৩৬ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত অৱস্থিত। এই স্কুল হৈছে অসম ৰাইফলছ কল্যাণ সমিতি (ARWES)-য়ে চলোৱা স্কুলসমূহৰ অন্যতম। এই স্কুল শৈক্ষিক ক্ষেত্ৰৰ এক উত্কৰ্ষতাৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। এই স্কুল অসম ৰাইফলছৰ ৩৬ বেটেলিয়নৰ অধিনায়কৰ অধীনত আছে। বৰ্তমানে এই স্কুলত ১৪২ গৰাকী ছাত্ৰ-ছাত্ৰী, ১৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ৩ গৰাকী অনা-শিক্ষক কৰ্মচাৰী আছে।  অসম ৰাইফলছ পাব্লিক স্কুল, জালুকীত শিক্ষক (ফেকাল্টী)ৰ চাৰিটা পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ  

অসম ৰাইফলছ পাব্লিক স্কুল, জালুকীত নিযুক্তি ২০২২ঃ 

অসম ৰাইফলছ পাব্লিক স্কুল, জালুকীত শিক্ষক (ফেকাল্টী)ৰ চাৰিটা পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম 

অধ্যক্ষ, গণিতৰ শিক্ষক, কম্পিউটাৰৰ শিক্ষক, প্ৰাক-প্ৰাথমিকৰ শিক্ষক। 

খালী পদৰ সংখ্যা

অধ্যক্ষৰ ১টা, গণিতৰ শিক্ষকৰ ১টা, কম্পিউটাৰ শিক্ষকৰ ১টা, প্ৰাক-প্ৰাথমিকৰ শিক্ষকৰ ১টা। 

দৰমহা

বুজা-পৰা ভিত্তিত।  

কৰ্মৰ স্থান

পাৰেণ, নগালেণ্ড। 

আবেদনৰ প্ৰক্ৰিয়া 

 অনলাইন 

বয়সৰ সীমা 

-

বয়সৰ ৰেহাই 

-

আবেদন মাচুল 

তথ্য উপলব্ধ নহয়। 

আবেদন প্ৰক্ৰিয়া

ই-মেইল। 

আবেদন অন্তিম তাৰিখ

১৫ জানুৱাৰী, ২০২২। 

শিক্ষাগত অৰ্হতা: 

অধ্যক্ষ পদৰ প্ৰাৰ্থী এম এ আৰু বি এড হব লাগিব। লগতে ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

গণিতৰ শিক্ষকৰ প্ৰাৰ্থীকলৰ বি এডসহ বি এছ চি ./ এম এছ চি হব লাগিব। লগতে কম্পিউটাৰত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। 

কম্পিউটাৰৰ শিক্ষকঃ বি চি এ বা এম চি এ। 

প্ৰাক-প্ৰাথমিকৰ শিক্ষকঃ মণ্টেছৰী ডি এল এডসহ বি এ / এম এ। 

আবেদন প্ৰক্ৰিয়া:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে "Principal, Assam Rifles Public School (High), Jalukie, Nagaland, 25 Assam Rifles, PIN-932025, c/o 99 APO" লৈ আবেবদ প্ৰেৰণ কৰিব পাৰে। অথবা  "principalarms18@gmail.com-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com