Begin typing your search above and press return to search.
আছাম ৰাইফলছত ৰাইফল মেন/ৰাইফল উইমেন নিযুক্তি
আছাম ৰাইফলছে ৰাইফল মেন/ৰাইফল উইমেন নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১৩১টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৭-২০২১।
বয়সৰ সীমাঃ www.assamrifles.gov.in –ত পাব।
দৰমহাঃ দৰমহাৰ তথ্য www.assamrifles.gov.in-ত পাব।
শিক্ষাগত অৰ্হতাঃ www.assamrifles.gov.in-ত পাব।
অনলাইন আবেদন পত্ৰৰ বাবে অনুগ্ৰহ কৰি www.assamrifles.gov.in-চাওক।
Next Story