Begin typing your search above and press return to search.

অসম বিধানসভা সচিবালয় নিযুক্তি ২০২০

ASsam secretariat

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jun 2020 5:02 AM GMT

অসম বিধানসভা সচিবালয় নিযুক্তি ২০২০

পদৰ নাম -

১)আণ্ডাৰ চেক্ৰেটেৰী

পদৰ সংখ্যা -০১

বয়স- ৩৫ ৰ পৰা ৪৩

অৰ্হাত - স্নাতক ।

অভিজ্ঞতা - ৫ বছৰ

২) লাইব্ৰেৰীয়ান

পদৰ সংখ্যা - ০১

বয়স -৪০ ৰ পৰা ৫২ ভিতৰত হ'ব লাগিব ।

অৰ্হতা - লাইব্ৰেৰী চাইন্সত স্নাতকোত্তৰ

৩) এচিচটেন্ট লেংগুৱেজ অফিচাৰ

পদৰ সংখ্যা-০১

অৰ্হতা - স্নাতকোত্তৰ

৪) ডিপুট্যি মাৰ্চল

পদৰ সংখ্যা -০২.

অৰ্হতা - স্নাতক ।

৫) ইংলিছ ৰিপোৰ্টাৰ

পদৰ সংখ্যা-০২

অৰ্হতা - স্নাতক

৬) ষ্টেনগ্ৰাফৰ

পদৰ সংখ্যা -০১

অৰ্হতা - স্নাতক ।

অন্তিম তাৰিখ-২০-০৬-২০২০

অধিক জানিবৰ বাবে : click here

Next Story
চাকৰি