অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিত বিভিন্ন পদ খালী

অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিত বিভিন্ন পদ খালী
Published on: 

অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

১) স্বাস্থ্য বিষয়াঃ 

খালী পদৰ সংখ্যাঃ ০৬টা। এ আ ৰ টি কেন্দ্ৰ আৰু অ এছ টি কেন্দ্ৰৰ বাবে। 

শিক্ষাগত অৰ্হতাঃ এ আৰ টিৰ কেন্দ্ৰৰ ক্ষেত্ৰত প্ৰাৰ্থী এম বি বি এছ উত্তীৰ্ণ হব লাগিব।  NACO-এ ইয়াৰ কোনো কেন্দ্ৰত প্ৰশিক্ষণ দিয়া প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব। প্ৰাৰ্থীৰ চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিবই লাগিব। 

অ এছ টি কেন্দ্ৰৰ বাবে প্ৰাৰ্থী  এম বি বি এছ উত্তীৰ্ণ হব লাগিব। মনোবিজ্ঞান / মনোৰোগ বিজ্ঞানত ডিপ্লমা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।  প্ৰাৰ্থীৰ সংশ্লিষ্ট চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিবই লাগিব।

২) কাউন্সেলৰঃ 

খালী পদৰ সংখ্যা ঃ ৫টা।  এ আৰ টি আৰু অ এছ টি কেন্দ্ৰৰ বাবে। 

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী মনোবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী / মনোবিজ্ঞানৰ ডিপ্লমা / ছোচিয়েল ৱৰ্ক / সমাজশাস্ত্ৰ/নৃতত্ব/মানৱ উন্নয়ন  আদিৰ ডিগ্ৰীধাৰী হব লাগিব। 

৩) ডাটা মেনেজাৰ। খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৬০ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ১৩ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্নাতক (বাণিজ্যক অগ্ৰাধিকাৰ দিয়া হৈছে) ডিগ্ৰীধাৰী হব লাগিব। লগতে কম্পিউটাৰ লগতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা এপ্লিকেচনৰ ডিপ্লমাধাৰী DOEACCৃৰ পৰা "O" Level কৰা হব লাগিব।

ষ্টাফ নাৰ্ছ । খালী পদৰ সংখ্যাঃ৪ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৬০ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ১৩ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা এ এন এম কৰা হব লাগিব। বি এছ চি নাৰ্ছিং কৰাসকলে অগ্ৰাধিকাৰ পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯ অক্টোবৰ, ২০২১। 

চাকৰিৰ প্ৰকৃতিঃ স্থায়ী। 

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com