Begin typing your search above and press return to search.
অসম এইডছ নিয়ন্ত্ৰণ সমাজত চিকিত্সা বিষয়া নিযুক্তি
অসম এইডছ নিয়ন্ত্ৰণ সমাজে চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৫টা।
শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।
বয়সৰ সীমাঃ ২০২০ৰ ১ এপ্ৰিলত ৬৫ বছৰতকৈ অধিক হব নালাগিব।
দৰমহাঃ ৫০ হেজাৰ টকা।
প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ। সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰ আৰু একপি পাছপৰ্ট আকাৰৰ ফটো আনিব লাগিব।
আৰু চাব পাৰেঃ ৰাজ্যিক সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ত পদখালী
Next Story