Begin typing your search above and press return to search.
অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন)নিগমত কেচিয়াৰৰ পদ খালী
এই বিষয়ে সবিশেষ তথ্য এই বাতৰিত পাব ৷

অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে কেচিয়াৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যা: ১ টা ৷
বয়সৰ সীমাঃ ২২ ৰ পৰা ৩৮ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ আৰু অ' বি চি প্ৰাৰ্থীয়ে তিনি বছৰ বয়স ৰেহাই পাব ৷
নিযুক্তিৰ স্থানঃ গুৱাহাটী ৷
আবেদন জনোৱাৰ প্ৰক্ৰিয়াঃ অফলাইন ৷
আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয় ৷
ঠিকনাঃ Office of the Assam State Film (Finance & Development) Corporation Ltd., Shilpgram Road, Panjabari, Guwahati-37
শিক্ষাগত অৰ্হতাঃ একাটেন্সিৰ বিশেষ কাকতসহ এম কম হ'ব লাগিব ৷ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ৷ গাণনিক শাখাত কাম কৰাৰ ন্যূনতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷
সাক্ষাৎকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হ'ব ৷
Next Story