অসম বিশ্ববিদ্যালয়, শিলচৰ নিযুক্তি ২০২০:
পদৰ নাম: জে.আৰ.এফ
পদখালী: ০১
শিক্ষাগত অর্হতা: এম.এচ.চি,টেক কেমেষ্ট্ৰি ত হব লাগিব।
দৰমহা: ৩১,০০০
কেনেকৈ আবেদন কৰিব: ইচ্ছুক প্ৰার্থী সকলে চি.ভি ই'মেল:- sudipch1@gmail.com যোগেৰে পঠাব পাৰিব।
আবেদনৰ অন্তিম তাৰিখ: ১৭ জুন, ২০২০
বাচনি হোৱা প্ৰার্থী সকলক ১৮ জুন ত সাক্ষাৎকাৰ লোৱা হব
অধিক জানিবৰ বাবে: click here