অসম বিশ্ববিদ্যালয়ত নিম্নবৰ্গৰ সহায়কৰ পদখালী

অসম বিশ্ববিদ্যালয়ে নিম্নবৰ্গৰ সহায়ক(এল ডি চি) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম বিশ্ববিদ্যালয়ত নিম্নবৰ্গৰ সহায়কৰ পদখালী
Published on: 

খালী পদৰ সংখ্যাঃ ছটা।

দৰমহাঃ মাহিলী ১৯,৯০০টকা।

নিযুক্তিৰ স্থানঃ শিলচৰ, কাৰ্বি আংলং

বয়সৰ সীমাঃ ১৫জুলাই, ২০২০ত ২৮বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৭-২০২০ ।

সবিশেষ জানিবলৈ http://www.aus.ac.in/wp-content/uploads/2020/06/EMPLOYMENT-2-2020.pdf চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com