Begin typing your search above and press return to search.

অসম বিশ্ববিদ্যালয়, শিলচৰত প্ৰকল্প বিজ্ঞানী-আন পদ খালী

অসম বিশ্ববিদ্যালয়, শিলচৰত প্ৰকল্প বিজ্ঞানী-আন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Nov 2021 11:19 AM GMT


অসমৰ কাচাৰ জিলাৰ শিলচৰত অৱস্থিত অসম বিশ্ববিদ্যালয় অসমৰ আগশাৰীৰ কেন্দ্ৰীয় সাৰ্বজনিক বিশ্ববিদ্যালয়। ভাৰতীয় সাংসদৰ এটি অধিনিয়মৰ অন্তৰ্গত এই অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯৪চনত। NAAC ৰ দ্বাৰা B গ্ৰেড প্ৰাপ্ত এই বিশ্ববিদ্যালয়ত মুঠ ১৬ টি বিষয়ত শিক্ষাদান কৰা হয়। আৰু এই ১৬টি বিষয়ৰ অধীনত থকা সৰ্বমুঠ বিভাগ হৈছে ৪২টা।

অসম বিশ্ববিদ্যালয়, শিলচৰত পদখালী :

অসম বিশ্ববিদ্যালয়, শিলচৰত শেহতীয়াভাবে জৈৱ তথ্যবিজ্ঞান বিভাগত প্ৰকল্প বৈজ্ঞানিক আৰু অন্য এগৰাকী এটেণ্ডেণ্টৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰকল্প বৈজ্ঞানিক

এটেণ্ডেণ্ট

পদৰ সংখ্যা

০১

০১

বয়স

উল্লেখ নাই

উল্লেখ নাই

দৰমহা

নিয়মাৱলী অনুসৰি

নিয়মাৱলী অনুসৰি

পদৰ অৱস্থান

শিলচৰ, অসম

অন্তিম তাৰিখ

২০/১২/২০২১

শিক্ষাগত অৰ্হতা :

পদ নাম

শিক্ষাগত অৰ্হতা

প্ৰকল্প বৈজ্ঞানিক

১. বায়ো-ইনফৰমেটিক্সত এম এছ চি আৰু চি এইচ ডি।

২. বায়ো-ইনফৰমেটিক্সৰ পৰীক্ষাগাৰত কাম কৰাৰ অভিজ্ঞতা।

সংবাদ বাহক

১. হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ

২. বায়ো-ইনফৰমেটিক্স সম্বন্ধীয় সামগ্ৰীৰ চাফ - চিকুন আৰু চোৱাচিতা কৰাৰ কৰ্ম-অভিজ্ঞতা


আবেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থীসকলে নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে Prof. Manabendra Dutta Choudhury, Director, Bioinformatics and Computational Biology Centre, Room No. 205, First Floor, Life Science Building, Assam University, Silchar – 788011-লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু চাব পাৰেঃ অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট নিযুক্তি ২০২১- ০২ কাৰিকৰী সহায়ক পদখালী


Next Story
চাকৰি