Begin typing your search above and press return to search.

এন আই এছ ই আৰত ০৫ সহযোগী ব্যক্তিগত বিষয়াৰ পদখালী

সহযোগী ব্যক্তিগত বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে

এন আই এছ ই আৰত ০৫ সহযোগী ব্যক্তিগত বিষয়াৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-16T14:08:47+05:30

এন আই এছ ই আৰৰ বিষয়ে জানক :

পৰমাণু শক্তি বিভাগ, ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা অনুষ্ঠান (NISER) ভুৱনেশ্বৰ, ভুৱনেশ্বৰ জিলাৰ খোদ্ৰা, জাত্নি অঞ্চলত স্থিত। এই অনুষ্ঠান ভাৰতীয় শিক্ষা বিভাগত এক ভিন্ন অনুষ্ঠান ৰূপে পৰিগণিত। এই অনুষ্ঠানত বিজ্ঞান বিভাগত গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষা প্ৰদান কৰাৰ লগতে আগশাৰীৰ গৱেষণাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এন আই এছ ই আৰত পদ খালী :

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা অনুষ্ঠান ভুৱনেশ্বৰ শেহতীয়া ভাৱে ০৫গৰাকী সহকাৰী ব্যক্তিগত বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন কৰিব লাগিব।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদ

সহযোগী ব্যক্তিগত বিষয়া

খালী পদ

০৫

বয়স

৩৫বছৰ

দৰমহা

৪৪,৯০০ - ১,৪২,৪০০/- টকা, মাহিলী

আৱেদন প্ৰক্ৰিয়া

অনলাইন/ অফলাইন

ৱেবচাইট

niser.ac.in

ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা অনুষ্ঠানত খালী পদৰ বাবে শিক্ষাগত অৰ্হতা :

• CA (ইণ্টাৰ) বা ICWA (ইণ্টাৰ) বা নূন্যতম ৫৫% নম্বৰ সহ গ্ৰেজুৱেট বা চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট।

• চৰকাৰী বা চৰকাৰী সাহায্য প্ৰাপ্ত অনুষ্ঠান/ পি এছ ইউ প্ৰশাসনিক খণ্ডত/ প্ৰশাসক/ আইনী/ একাউণ্ট/ পুঁজি আদিত নূন্যতম ৮বছৰীয়া প্ৰাসংগিক অভিজ্ঞতা।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন যোগে এন আই এছ ই আৰ উল্লেখিত অফিচিয়েল 3যোগে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : তিনিচুকীয়া ন্যায়পালিকাত পিয়ন, নৈশ চকীদাৰ আদি পদ খালী

Next Story