Begin typing your search above and press return to search.

পৰিবহন নিগমৰ শিৱসাগৰৰ মাণ্ডলিক অধীক্ষকৰ কাৰ্যালয়ত পদখালী

অসম পৰিবহন নিগমৰ শিৱসাগৰৰ মাণ্ডলিক অধীক্ষকৰ কাৰ্যালয়ত নিম্নোক্ত পদসমূহত নিযুক্তিৰ আবেদন বিচৰা হৈছে।

পৰিবহন নিগমৰ শিৱসাগৰৰ মাণ্ডলিক অধীক্ষকৰ কাৰ্যালয়ত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2020 1:08 PM GMT

পদসমূহঃ

১) অভিজ্ঞ পেৰামেডিক।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ অধীনত পেৰামেডিক ছায়েন্সৰ ডিগ্ৰী বা ডিপ্লমা থকা হব লাগিব।

বয়সৰ সীমাঃ নূন্যতম ২১ বছৰ আৰু সৰ্বোচ্চ ৪০ বছৰ।

দৰমহাঃ মাহিলী ৮,৫০০টকা।

নিযুক্তিৰ স্থানঃ শিৱসাগৰ।

২) জৰুৰী সেৱা সহকাৰী তথা সহায়ক(.Emergency care Assistant cum Helper)

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ তথা স্বাস্থ্যখণ্ডত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ নূন্যতম ২১ বছৰ আৰু সৰ্বোচ্চ ৪০ বছৰ।

চাকৰিৰ স্থানঃ শিৱসাগৰ।

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীক পৰিবহন নিগমৰ শিৱসাগৰৰ মাণ্ডলিক অধীক্ষকৰ কাৰ্যালয়লৈ মৌখিক সাক্ষাতকাৰৰ বাবে মতা হব।

সাক্ষাতকাৰ ২৯-১০-২০২০ৰ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু পঢ়ৃিব পাৰেঃ নলবাৰীৰ ন্যায়পালিকাত মুখ্য প্ৰশাসনিক বিষয়া নিযুক্তি

Next Story
চাকৰি