Begin typing your search above and press return to search.

ৰাজ্যিক নগৰ জীৱিকা সমাজত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ৰাজ্যিক নগৰ  জীৱিকা সমাজত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2021 10:49 AM GMT

ৰাজ্যিক নগৰ কেন্দ্ৰীক জীবিকা সমাজ, বঙাইগাঁৱত সামূহিক সংগঠকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম :সামূহিক সংগঠক (Community Organiser)


খালী পদৰ সংখ্যা : ০১ টা।

বয়স : উল্লেখ নাই

দৰমহা : ১২,০০০টকা, মাহিলী + অন্যান্য খৰচ

পদৰ স্থান : বঙাইগাঁও, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৯/২০২১ ।

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব।

• মৌলিক কম্পিউটাৰ শিক্ষাত ৬মহীয়া ডিপ্লোমা/ মানপত্ৰ থাকিব লাগিব।

আকাংক্ষিত :

সমাজ উন্নয়ন কেন্দ্ৰৰ সৈতে অভিজ্ঞ প্ৰাৰ্থীক প্ৰাথমিক দিয়া হ'ব।

আবেদন প্ৰক্ৰিয়া :

• এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আবেদন পত্ৰ, নিজ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ, আৰু পাছপৰ্ট ফটো (০৩খন) সৈতে সংযোগ কৰি উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা :

• নগৰ অভিযান পৰিচালনা সন্থা, বঙাইগাঁও পৌৰসভা (BMB), উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত, ডাক - বঙাইগাঁও, পিন - ৭৮৩৩৮০, বঙাইগাঁও, অসম।

• উল্লেখযোগ্য যে সক্ৰিয় মেইল আৰু ফোন নম্বৰ আবেদন উল্লেখ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• প্ৰাৰ্থী সমূহক লিখিত পৰীক্ষা, দলীয় আলোচনা আৰু সাক্ষাৎকাৰৰ (সাক্ষাৎকাৰত উপস্থিত হোৱাৰ বাবে কোনো ধৰণৰ TA/ DA বিনিময় কৰা নহ'ব) যোগেদি বাছনি কৰা হ'ব।

• অসম্পূৰ্ণ আবেদন নাকচ কৰা হ'ব আৰু কেৱল বাছনি কৰা প্ৰেথি সকলকহে লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ কৰা হ'ব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি