অসম নগৰ জীৱিকা সমিতি (ASULMS Dibrugarh)-ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
অসম নগৰ জীৱিকা সমিতি (ASULMS Dibrugarh)-ত পদখালী
Published on

অসম ৰাজ্যিক নগৰ জীৱিকা সমিতি ডিব্ৰুগড়ে সামূহিক সংগঠক নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদৰ সংখ্যাঃ ০১টা। 

শিক্ষাগত অৰ্হতাঃ ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। লগতে সামাজিক কল্যাণমূলক কামত ন্যূনতম দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-১০-২০২১।

নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়, অসম।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকা।

বয়সক সীমাঃ ২৩ৰ পৰা ৩৫ বছৰ। 

আবেদন প্ৰক্ৰিয়াঃ আগ্ৰহী প্ৰাৰ্থীয়ে City Mission Management Unit, Dibrugarh Municipal Board, Graham Bazar, P.O. Dibrugarh, PIN: 786001, Dibrugarh, Assam-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com