বাজাজ ফিনান্সত ছেলছ এক্সিকিউটিভৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদি চাকৰিৰ বিৱৰণ চাব পাৰে
বাজাজ ফিনান্সত ছেলছ এক্সিকিউটিভৰ পদ খালী
Published on

বাজাজ ফিনান্সে এক্সিকিউটিভ নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ 

Sales Executive (Quess)।

খালী পদৰ সংখ্যাঃ ২টা।  ইয়াৰে এটা তিনিচুকীয়াৰ আৰু আনটো যোৰহাটৰ। 

বয়সৰ সীমাঃ ২৮ বছৰ পৰ্যন্ত। 

দৰমহাঃ মাহিলী ১০ হেজাৰ টকাৰ লগতে ভাট্টা। 

শিক্ষাগত অৰ্হতাঃ ন্যূনতম স্নাতক। 

নিযুক্তিৰ স্থানঃ অসম। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ১৯ অক্টোবৰ, ২০২১। 

আবেদন আৰু Cv saurav.ghosh1@bajajfinserv.in অথবা  whatsapp at 8876848513  লৈ প্ৰেৰণ কৰিব পাৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com