Begin typing your search above and press return to search.
বামাৰ লৱৰি এণ্ড কো (Balmer Lawrie & Co)ত চাকৰি
Balmer Lawrie & Co লিমিটেডে কনিষ্ঠ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ কনিষ্ঠ বিষয়া(ভঁৰাল)।
খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ২৫ বছৰ।
দৰমহাঃ বিষয়াৰ গ্ৰেড ১ৰ। মাহিলী ২১,৭৫০ টকাৰ পৰা ৬৫,০০০টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ সৰ্বভাৰতীয় পৰ্যায়ৰ লিখিত পৰীক্ষা।
আবেদনৰ নিয়মঃ http://www.balmerlawrie.com/pages/currentopening-ত আবেদন জনাব পাৰিব। অহা ১৭ আগষ্টৰ নিশা ১১-৫৯লৈ আবেদন জনাব পাৰিব।
সবিশেষ জানিবলৈ http://www.balmerlawrie.com/pages/currentopeningচাওক।
আৰু চাব পাৰেঃ কাচাৰৰ জিলা-সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ত পিয়নৰ পদখালী
Next Story