বেংক অৱ বৰোডাত মেডিকেল কনছালটেণ্ট নিযুক্তি

বেংক অৱ বৰোডাই অংশকালীন মেডিকেল কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বেংক অৱ বৰোডাত মেডিকেল কনছালটেণ্ট নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকাৰ পৰা ৩০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ হায়দৰাবাদ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৯-২০২০।

ঠিকনাঃ Chief Manager (HRM) Zonal Office HRM Department, Hyderabad Zone, 3-6-289 1st Floor Kareem Manzil, Old MLA Quarters Road Hyderguda, Hyderabad 500029.

আবেদন প্ৰক্ৰিয়াঃ আবেদন পত্ৰৰ সৈতে শিক্ষাগত অৰ্হতাকে ধৰি আনুসংগিক নথি-পত্ৰৰ কপি Chief Manager (HRM) Zonal Office HRM Department, Hyderabad Zone, 3-6-289 1st Floor Kareem Manzil, Old MLA Quarters Road Hyderguda, Hyderabad500029.লৈ প্ৰেৰণ কৰিব লাগিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com