Begin typing your search above and press return to search.

বেংক অৱ ইণ্ডিয়াৰ চাকৰিৰ আবেদন আহ্বান

নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে বেংক অৱ ইণ্ডিয়াই আবেদন আহ্বান কৰিছে।

বেংক অৱ ইণ্ডিয়াৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jun 2021 7:38 AM GMT

পদসমূহঃ

কাৰ্যালয় সহায়ক, খালী পদৰ সংখ্যাঃ ০২টা।

দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৪৫ বছৰ।

শিক্ষাগত অৰ্হতাঃ স্নাতক হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। তদুপৰি MS Office (Word and Excel), Tally & Internet জ্ঞান থাকিব লাগিব। স্থানীয় ভাষাত টাইপ কৰিব পাৰিব লাগিব। ইংৰাজীত টাইপ কৰিব পৰাটো অতিৰিক্ত অৰ্হতাৰূপে গণ্য কৰা হব।

সহায়ক(এটেণ্ডেণ্ট)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

দৰমহাঃ মাহিলী ৮ হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৬৫ বছৰ।

চকীদাৰ তথা বাগিচা মালী

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ।

দৰমহাঃ মাহিলী ৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৬৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৬-২০২১।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদন অহা ৩০ জুনৰ ভিতৰত পোৱাকৈ Bank of India, Zonal Office, Near Arogya Mandir, Ratnagiri-Kolhapur Highway, Sivaji Nagar, Ratnagiri-415839" on or before 30th June 2021-লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি