Begin typing your search above and press return to search.

বিষয়া নিযুক্তিৰ বাবে বেংক অৱ ইণ্ডিয়াৰ আবেদন আহ্বান

বেংক অৱ ইণ্ডিয়াই বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বিষয়া নিযুক্তিৰ বাবে বেংক অৱ ইণ্ডিয়াৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2020 8:19 AM GMT

পদৰ নামঃ জেনেৰেল বেংকিং অফিচাৰ।

খালী পদৰ সংখ্যাঃ ১৪টা।

দৰমহাঃ মাহিলী ২৩,৭০০টকাৰ পৰা ৪২,০২০টকা।

বয়সঃ সৰ্বনিম্ন ১৮ বছৰ আৰু সৰ্বোচ্চ ২৫ বছৰ।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৮-২০২০।

আবেদনৰ মাচুলঃ এছ চি-এছ টিৰ বাবে ৫০টকা। সাধাৰণ শ্ৰেণী আৰু অ' বি চিৰ বাবে ২০০টকা।

আবেদনৰ নিয়মঃ এই বেংকৰ ৱেবছাইট website www.bankofindia.co.in চাওক আৰু 'CAREER' and "Recruitment of Sportspersons –ত ক্লিক কৰক। কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব। আনধৰণে প্ৰেৰণ কৰা আবেদন গ্ৰহণ কৰা নহব।

সবিশেষ জানিবলৈ https://bankofindia.co.in/pdf/Webnotice202021307.pdf চাওক।

আৰু চাব পাৰেঃউদ্যোগ উত্তৰণ বিষয়া নিযুক্তিৰ বাবে এছ এছ চিৰ আবেদন আহ্বান

Next Story
চাকৰি