Begin typing your search above and press return to search.

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2021 9:45 AM GMT


গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০১টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

শিক্ষাগত অৰ্হতাঃ এম চি আই / এন এম চিৰ দ্বাৰা স্বীকৃত Anaesthesiologyৰ এম ডি বা ডি এন বি। Oncology-ৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।

বয়সৰ সীমাঃ ১২-১০-২০২১চ ৪০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-১০-২০২১।

দৰমহাঃ মাহিলী ১, ০১, ০০০টকা।

সবিশেষ জানিবলৈ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি