Begin typing your search above and press return to search.

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দন্ত চিকিত্সক, অন্যান্য পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দন্ত চিকিত্সক, অন্যান্য পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Oct 2021 10:24 AM GMT

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে দন্ত চিকিত্সক, স্বাস্থ্য কৰ্মী, কমিউনিটী মবিলাইজাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ

দন্ত চিকিত্সক।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি ডি এছ হোৱাৰ লগতে এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ৩০ বছৰতকৈ কম।

স্বাস্থ্য কৰ্মী।

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যায়ৰ পৰা এম এছ ডব্লিউ হোৱাৰ লগতে একেধৰণৰ কামত এক-দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।

বয়সৰ সীমাঃ ৩০ বছৰতকৈ কম।

কমিউনিটী মবিলাইজাৰ়

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যায়ৰ পৰা এম এছ ডব্লিউ হোৱাৰ লগতে একেধৰণৰ কামত এক-দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ৩০ বছৰতকৈ কম।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

সাক্ষাতকাৰ ঃ ১৯-১০-২০২১।

আবেদনৰ ধৰণঃ অফলাইন।

Website http://www.bbcionline.org/।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি