বিডিএছ আইনী সেৱা গুৱাহাটী নিযুক্তি ২০২১–৭ টা পদখালী

বিডিএছ আইনী সেৱা, গুৱাহাটীয়ে খালী পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে।
বিডিএছ আইনী সেৱা গুৱাহাটী নিযুক্তি ২০২১–৭ টা পদখালী
Published on

বিডিএছ আইনী সেৱা, গুৱাহাটীয়ে ৭ টা ব্যৱসায় বিকাশ, এইচআৰ কাৰ্যবাহী আৰু তথ্য প্ৰযুক্তি কাৰ্যবাহী খালী পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।

১. ব্যৱসায় বিকাশ

পদৰ সংখ্যা: ০৫

দৰমহা: প্ৰতি মাহে ১০,০০০ ৰ পৰা ১৫,০০০ টকা

বয়সৰ সীমা: সৰ্বাধিক ৩৫

শিক্ষাগত অৰ্হতা: দ্বাদশ উত্তীৰ্ণ

২. এইচ.আৰ. কাৰ্যবাহী

পদৰ সংখ্যা: ০১

দৰমহা: প্ৰতি মাহে ৮,০০০ ৰ পৰা ১২,০০০ টকা

বয়সৰ সীমা: সৰ্বাধিক 35

শিক্ষাগত অৰ্হতা: যিকোনো স্নাতক

৩. আইটি কাৰ্যবাহী

পদৰ সংখ্যা: ০১

দৰমহা: প্ৰতি মাহে ৮,০০০ৰ পৰা ১২,০০০ টকা

বয়সৰ সীমা: সৰ্বাধিক ৩৫

শিক্ষাগত অৰ্হতা: দ্বাদশ উত্তীৰ্ণ

CV পঠোৱাৰ ঠিকনা : ashwinik@bdsserv.com

বা hrexecutive@bdsserv.co.in

আবেদনৰ অন্তিম তাৰিখ : ২০ নৱেম্বৰ,২০২১

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com