Begin typing your search above and press return to search.

বি ই চি আই এল (BECIL ) নিযুক্তি ২০২০

BECIL

BarshaBy : Barsha

  |  29 May 2020 8:33 AM GMT

বি ই চি আই এল (BECIL ) নিযুক্তি ২০২০

পদৰ নাম - এম টি এছ ( MTS)

পদৰ সংখ্যা - ৪৬৪

বয়স - বয়সৰ সীমা নাই ।

অৰ্হতা - দশম শ্ৰেণীত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা - নবীন প্ৰাৰ্থীয়ে আবেদন জনাব পাৰিব ।

দৰমহা- ১৪,৮৪২

অন্তিম তাৰিখ - ১৫-০৬-২০২০

অধিক জানিবৰ বাবে : click here

Next Story