Begin typing your search above and press return to search.

BECIL প্ৰতিষ্ঠানত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদ খালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

BECIL প্ৰতিষ্ঠানত জ্যেষ্ঠ প্ৰৱন্ধকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Oct 2021 10:26 AM GMT

ব্ৰডকাষ্ট ইঞ্জিনীয়াৰিং কনছালটেণ্ট ইণ্ডিয়া লিমিটেড (BECIL)-এ জ্যেষ্ঠ প্ৰৱন্ধক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।


খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ তামিলনাডু।

বয়সৰ সীমাঃ ৪০ বছৰ।

শিক্ষাগত অৰ্হতাঃ এম বি এ বা আই চি ডব্লিউ এ।

অসামৰিক বিমান পৰিবহণ খণ্ড বা মালপত্ৰ উড্যোগত কাম কৰাৰ ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন জনাবলৈ www.becil.com বা https://becilregistration.com চাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২১।

দৰমহাঃ মাহিলী ১০০,০০০টকা।

আবেদন জনোৱাৰ নিয়মঃ অনলাইন।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি