Begin typing your search above and press return to search.

ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডত প্ৰশিক্ষাৰ্থী হিন্দী অনুবাদক বিষয়া নিযুক্তি

ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড(বি ই এল)-এ প্ৰশিক্ষাৰ্থী হিন্দী বিষয়া(অনুবাদক) নিযুক্তিৰ বাবে আবেদন বিচাৰিছেঃ

ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডত প্ৰশিক্ষাৰ্থী হিন্দী অনুবাদক বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2021 11:12 AM GMT

খালী পদৰ সংখ্যাঃ ০২টা।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

বয়সৰ উৰ্ধসীমাঃ ২৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৭-২০২১।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা হিন্দীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি স্নাতক পৰ্যায়ত প্ৰাৰ্থীয়ে ইংৰাজীক বাধ্যতামূলক বা ঐচ্ছিক বিষয় বা পৰীক্ষাৰ মাধ্যমৰূপে অধ্যয়ন কৰা হব লাগিব।

আবেদনৰ নিয়মঃ ইচ্ছ্যুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ অহা ৭ জুলাইৰ ভিতৰত পোৱাকৈ The Manager (HR/C/A&F/CMS), Bharat Electronics Limited, Jalahalli Post, Bengaluru – 560013-এই ঠিকনালৈ প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আবেদন জনাওক

Next Story
চাকৰি