Begin typing your search above and press return to search.

ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডত নিযুক্তি

ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডে জ্যেষ্ঠ কনছাভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডত নিযুক্তিটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডত নিযুক্তি

RaktimBy : Raktim

  |  8 Jan 2022 12:16 PM GMT


ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডত পদ খালীঃ

ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেড ( BHEL) হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন নতুন দিল্লীস্থিত অভিযান্ত্ৰিক আৰু উৎপাদনী উদ্যোগ ৷ ইয়াৰ মালিক হৈছে কেন্দ্ৰীয় গুৰু উদ্দ্যোগ মন্ত্ৰালয় ৷ ১৯৫৬ত এই প্ৰতিষ্ঠান স্থাপন কৰা হয় ৷ ই হৈছে ভাৰতৰ সবাতোকৈ বৃহৎ শক্তি উৎপাদনকাৰী সঁজুলি তৈয়াৰকাৰী প্ৰতিষ্ঠান।

ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডত নিযুক্তি ২০২২ঃ

ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডে জ্যেষ্ঠ কনছাভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডত নিযুক্তিটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা সবিশেষ তথ্য চাব পাৰেঃ


এই বিষয়ে আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

জ্যেষ্ঠ কনছালটেণ্ট

খালী পদ

১টা।

বয়সৰ সীমা

০১ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৬৪ বছৰ।

দৰমহা

মাহিলী ৯০ হেজাৰ টকা।

ৱেবছাইট

bhel.com

অন্তিম তাৰিখ

২০ জানুৱাৰী ২০২২

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

ৱেবছাইটঃ

শিক্ষাগত অৰ্হতা:

যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি ই বা বি টেক ডিগ্ৰীধাৰী হব লাগিব।

অভিজ্ঞতাঃ

প্ৰাৰ্থী চৰকাৰী সংস্থা বা CPSE-ৰ পৰা মহা প্ৰৱন্ধক বা সমপৰ্যায়ৰ পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰা হব লাগিব। ঔদ্যোগিক শক্তি খণ্ডৰ কামত অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিয়মঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট bhel.com চাওক।

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

নিৰ্দিষ্ট অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (২০ জানুৱাৰী ২০২২) ভিতৰত পোৱাকৈ আবেদন পত্ৰ দাখিল কৰক আৰু আবেদন পত্ৰ নম্বৰ/স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰক।




আাৰু চাব পাৰে : এইমছ ৰাইবেৰেলীত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী

Next Story
চাকৰি