Begin typing your search above and press return to search.

বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ অৰুণোদয় সহায়ক নিযুক্তি

বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ে অৰুণোদয় সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ অৰুণোদয় সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-12T18:25:37+05:30

খালী পদৰ সংখ্যাঃ ১২টা ৷

দৰমহাঃ মাহিলী ১৫হেজাৰ টকা ৷

চাকৰিৰ স্থানঃ বঙাইগাঁও৷

বয়সৰ সীমাঃ ৩৫বছৰতকৈ অধিক হ'ব নালাগিব ৷

শিক্ষাগত অৰ্হতাঃ স্নাতক আৰু এবছৰীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব ৷

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা/সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে http://bongaigaon.gov.in চাব পাৰে ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৯-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷

আৰু চাব পাৰেঃঅসম কৃষি বিশ্ববিদ্যালয়ত জে আৰ এফ মকৰল

Next Story