সীমান্ত সুৰক্ষা বাহিনীত মেকানিকৰ পদখালী

সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)য়ে মেকানিক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
সীমান্ত সুৰক্ষা বাহিনীত মেকানিকৰ পদখালী
Published on: 

পদসমূহঃ ছিনিয়ৰ এয়াৰক্ৰাফট মেকানিক আৰু ছিনিয়ৰ ৰেডিঅ' মেকানিক।

খালী পদৰ সংখ্যাঃ ৮১টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১২-২০২০।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

সবিশেষ জানিবলৈ http://bsf.nic.in/en/recruitment.html চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com