ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়েঃ
১৮৯০-ত বটানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠান কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিষ্ঠান। দেশৰ উদ্ভিদ সম্পদ, গছ-বন আৰু ভাৰতৰ বিপন্ন উদ্ভিদৰ জৰীপৰ কামৰ লগত জড়িত। এই প্ৰতিষ্ঠানে বিপন্ন উদ্ভিদ আৰু স্পৰ্শকাতৰ উদ্ভিদৰ জাৰ্মোপ্লাজম আৰু জিনৰ বেংকো চোৱাচিতা কৰে। ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, ছিকিমে গেংটকত প্ৰকল্প সহযোগী-১, ক্ষেত্ৰ /কাৰিকৰী সহায়ক আৰু কনছালটেণ্ট ( ছাবজেক্ট এক্সপাৰ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ নিযুক্তি-২০২২ঃ
ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, ছিকিমে গেংটকত প্ৰকল্প সহযোগী-১, ক্ষেত্ৰ /কাৰিকৰী সহায়ক আৰু কনছালটেণ্ট ( ছাবজেক্ট এক্সপাৰ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
পদৰ নাম |
প্ৰকল্প সহযোগী-১ |
ক্ষেত্ৰ/কাৰিকৰী সহায়ক |
কনছালটেণ্টল(ছাবজেক্ট এক্সপাৰ্ট) |
নিযুক্তিৰ স্থান |
খালী পদ |
০১ |
০১ |
০১টা। | ছিকিম। |
বয়সৰ সীমা |
৩৫ বছৰৰ অধিক নহয় |
৫০ বছৰ |
৬৫ বছৰ |
ছিকিম |
দৰমহা |
মাহিলী ৩১ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া। |
৩১,০০০ টকাৰ লগতে ৮ শতাংশ ঘৰ ভাড়া। |
মাহিলী ২৫ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া। |
ছিকিম। |
চাকৰিৰ স্থান |
ছিকিম, গেংটক। |
|||
অন্তিম তাৰিখ |
১৯ জানুৱাৰী,২০২২ |
|||
আবেদনৰ মাছুল |
তথ্য উপলব্ধ নহয়। |
|||
চাকৰিৰ প্ৰকাৰ |
তথ্য উপলব্ধ নহয়। |
শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:
পদৰ নাম | শিক্ষাগত অৰ্হতা | অভিজ্ঞতা |
প্ৰকল্প সহযোগী-১ | উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ আৰু ২ বছৰৰ কৰ্ম-অভিজ্ঞতা। |
|
ক্ষেত্ৰ/কাৰিকৰী সহায়ক | উদ্ভিদ বিজ্ঞানৰ স্নাতক | ক্ষেত্ৰৰ পৰা তথ্য় সংগ্ৰহ আদিৰ অভিজ্ঞতা। |
কনছালটেণ্টল(ছাবজেক্ট এক্সপাৰ্ট) | উদ্ভিদ বিজ্ঞানৰ বি এছ চি বা এম এছ চি। ছিকিমৰ উদ্ভিদ বা জৈৱ বৈচিত্ৰৰ জ্ঞান থাকিব লাগিব। | ১০ বছৰৰ। |
ই-মেইল | gangtokbsishrc@gmail.com |
আবেদনৰ প্ৰক্ৰিয়া:
Botanical Survey of India, Sikkim Himalaya Regional Centre, Gangtok, Sikkim-লৈ ডাকযোগে বা gangtokbsishrc@gmail.comযোগে আবেদন প্ৰেৰণ কৰিব লাগিব।
বাছনি প্ৰক্ৰিয়া:
সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।