Begin typing your search above and press return to search.

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াত বিভিন্ন পদত নিযুক্তি

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া ছিকিমে প্ৰকল্প সহযোগী-১, ক্ষেত্ৰ-কাৰিকৰী সহায়ক আৰু কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

বটানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াত বিভিন্ন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jan 2022 12:38 PM GMT

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়েঃ

১৮৯০-ত বটানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠান কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিষ্ঠান। দেশৰ উদ্ভিদ সম্পদ, গছ-বন আৰু ভাৰতৰ বিপন্ন উদ্ভিদৰ জৰীপৰ কামৰ লগত জড়িত। এই প্ৰতিষ্ঠানে বিপন্ন উদ্ভিদ আৰু স্পৰ্শকাতৰ উদ্ভিদৰ জাৰ্মোপ্লাজম আৰু জিনৰ বেংকো চোৱাচিতা কৰে। ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, ছিকিমে গেংটকত প্ৰকল্প সহযোগী-১, ক্ষেত্ৰ /কাৰিকৰী সহায়ক আৰু কনছালটেণ্ট ( ছাবজেক্ট এক্সপাৰ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ নিযুক্তি-২০২২ঃ

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, ছিকিমে গেংটকত প্ৰকল্প সহযোগী-১, ক্ষেত্ৰ /কাৰিকৰী সহায়ক আৰু কনছালটেণ্ট ( ছাবজেক্ট এক্সপাৰ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

প্ৰকল্প সহযোগী-১

ক্ষেত্ৰ/কাৰিকৰী সহায়ক

কনছালটেণ্টল(ছাবজেক্ট এক্সপাৰ্ট)

নিযুক্তিৰ স্থান

খালী পদ

০১

০১

০১টা।

ছিকিম।

বয়সৰ সীমা

৩৫ বছৰৰ অধিক নহয়

৫০ বছৰ

৬৫ বছৰ

ছিকিম

দৰমহা

মাহিলী ৩১ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া।

৩১,০০০ টকাৰ লগতে ৮ শতাংশ ঘৰ ভাড়া।

মাহিলী ২৫ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া।

ছিকিম।

চাকৰিৰ স্থান

ছিকিম, গেংটক।

অন্তিম তাৰিখ

১৯ জানুৱাৰী,২০২২

আবেদনৰ মাছুল

তথ্য উপলব্ধ নহয়।

চাকৰিৰ প্ৰকাৰ

তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

পদৰ নাম

শিক্ষাগত অৰ্হতা

অভিজ্ঞতা

প্ৰকল্প সহযোগী-১

উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ আৰু ২ বছৰৰ কৰ্ম-অভিজ্ঞতা।


২ বছৰৰ।

ক্ষেত্ৰ/কাৰিকৰী সহায়ক

উদ্ভিদ বিজ্ঞানৰ স্নাতক

ক্ষেত্ৰৰ পৰা তথ্য় সংগ্ৰহ আদিৰ অভিজ্ঞতা।

কনছালটেণ্টল(ছাবজেক্ট এক্সপাৰ্ট)

উদ্ভিদ বিজ্ঞানৰ বি এছ চি বা এম এছ চি। ছিকিমৰ উদ্ভিদ বা জৈৱ বৈচিত্ৰৰ জ্ঞান থাকিব লাগিব।

১০ বছৰৰ।

ই-মেইল


gangtokbsishrc@gmail.com



আবেদনৰ প্ৰক্ৰিয়া:

Botanical Survey of India, Sikkim Himalaya Regional Centre, Gangtok, Sikkim-লৈ ডাকযোগে বা gangtokbsishrc@gmail.comযোগে আবেদন প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া:

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।




আৰু চাব পাৰেঃ মেঘালয় এম বি এম এ নিযুক্তি ২০২২: জ্যেষ্ঠ মেনেজাৰ (সামাজিক মাধ্যম আৰু যোগাযোগ) খালী পদ


Next Story
চাকৰি