Begin typing your search above and press return to search.
ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড (BPCL)-ত পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড (BPCL)-ত Apprentice-ৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : প্ৰশিক্ষাৰ্থী (Apprentice)।
খালী পদৰ সংখ্যা : ৮৭টা
বয়স : ১৮ - ২৭বছৰ
নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে
দৰমহা : ১৮,০০০ - ২৫,০০০টকা (মাহিলী)।
অন্তিম তাৰিখ : ২৪/১০/২০২১ ।
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান/বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা, B.E./ B. Tech কৰা হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ ভাৰত পেট্ৰৰসায়ন নিগম সসীমৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে দাখিল কৰিব পাৰিব।
ৱেবচাইট : bharatpetroleum.com।
Next Story