সীমান্ত সুৰক্ষা বাহিনীত কনিষ্টবল (সাধাৰণ কৰ্তব্য) পদখালী

বি.এছ.এফৰ এই পদৰ বিৱৰণ অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
সীমান্ত সুৰক্ষা বাহিনীত কনিষ্টবল (সাধাৰণ কৰ্তব্য) পদখালী

সীমান্ত সুৰক্ষা বাহিনী (বি.এছ.এফ)-ত ২৬৯ টা কনিষ্টবল (সাধাৰণ কৰ্তব্য) খালী পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম-কনিষ্টবল (সাধাৰণ কৰ্তব্য)

খালী পদ-২৬৯ টা ।

বয়স-১৮ ৰ পৰা ২৩ বছৰ ।

দৰমহা- ২১৭০০-৬৯১০০/- টকা প্ৰতি মাহে ।

আবেদনৰ অন্তিম তাৰিখ- ২২/৯০/২০২১

অৱস্থান- সমগ্ৰ ভাৰতত ।

আবেদন প্ৰক্ৰিয়া- অনলাইন ।

ৱেবচাইট- bsf.nic.in

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দশম সম্পূৰ্ণ কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া- আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে বিএছএফৰ অফিচিয়েল ৱেবছাইট bsf.nic.in অনলাইন আবেদন কৰিব পাৰে, ০১/০৮/২০২১ ৰ পৰা ২২ ছেপ্টেম্বৰ ২০২১ লৈ।

বাছনি প্ৰক্ৰিয়া-বাছনি প্ৰক্ৰিয়াটো প্ৰশংসাপত্ৰ/নথিপত্ৰ/শাৰীৰিক মানদণ্ড (পিএছটি)/বিতং চিকিৎসা পৰীক্ষাৰ ওপৰত আধাৰিত হ'ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com