Begin typing your search above and press return to search.

বি এছ এফত বিভিন্ন পৰ্যায়ৰ বিষয়া নিযু্ক্তি

এই বিষয়ে তলত অধিক তথ্য পাব।

বি এছ এফত বিভিন্ন পৰ্যায়ৰ বিষয়া নিযু্ক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2021 2:09 PM GMT

সীমান্ত সুৰক্ষা বাহিনী ( বি এছ এফ)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ

কেপ্টেইন (পাইলট)- ডি আই জি।

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অধীনত একে ধৰণৰ পদবীত ন্যূনতম কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

সহকাৰী উপ-পৰিদৰ্শক ( এ এ এম)

খালী পদৰ সংখ্যাঃ ১৬টা।

শিক্ষাগত অৰ্হতাঃ কেন্দ্ৰ বা ৰাজ্য চৰকাৰ বা স্বায়ত্বশাসিত প্ৰতিষ্ঠানৰ অধীনত একে ধৰণৰ পদত কাৰ্যনিৰ্বাহ কৰা হবহ লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫২ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১/ ১২/২০২১।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

আগ্ৰহী প্ৰাৰ্থীয়ে আনুসংগিক নথিপত্ৰসহ DIG (Pers). FHQ BSF, Pers Dte, CGO Complex, Block 10, Lodhi Road, New Delhi — 110 003-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।

এই নিযুক্তি প্ৰক্ৰিয়াৰ বিভিন্ন তথ্য www.bsfinic.in-ত সময়ে সময়ে পাব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি