Begin typing your search above and press return to search.

সীমা সুৰক্ষা বাহিনী ( বি এছ এফ)-ত স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তি

এই বিষয়ে তলত সবিশেষ তথ্য পাব।

সীমা সুৰক্ষা বাহিনী ( বি এছ এফ)-ত স্নাতক-স্নাতকোত্তৰ শিক্ষক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2021 12:59 PM GMT


সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)-এ নিম্নোক্ত বিষয়সমূহৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ

স্নাতকোত্তৰ শিক্ষক ( ইংৰাজী)

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৪০ বছৰ।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ ইংৰাজীৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু বি এড থাকিব লাগিব।

স্নাতকোত্তৰ শিক্ষক( পদাৰ্থ বিজ্ঞান)

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৪০ বছৰ

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু বি এড থাকিব লাগিব।

স্নাতক শিক্ষক (হিন্দী/সমাজ বিজ্ঞান)

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৩৫ বছৰ।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট বিষয় যেনে হিন্দী, অৰ্থনীতি, ভূগোল, বুৰঞ্জীৰ স্নাতক ডিগ্ৰী আৰু বি এড। স্নাতক ডিগ্ৰীত ন্যূনতম ৫০ শতাংশ নম্বৰ থাকিব লাগিব।

উচ্চ বৰ্গৰ সহায়ক (ইউ ডি চি)

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৩০ বছৰ।

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

নিযুক্তিৰ স্থানঃ শ্বিলং।

চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।

আবেদনৰ মাচুলঃ ২০০ টকা।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি