Begin typing your search above and press return to search.

ভাৰত সঞ্চাৰ নিগম লিমিটেডত সঞ্চালকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ভাৰত সঞ্চাৰ নিগম লিমিটেডত সঞ্চালকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Sep 2021 8:03 AM GMT


ভাৰত সঞ্চাৰ নিগম লিমিটেড ( বি এছ এন এল)-ত সঞ্চালকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : সঞ্চালক ।

খালী পদৰ সংখ্যা : বিভিন্ন ।

বয়স : ৪৫বছৰ

দৰমহা : ৭৫,০০০ - ১,০০,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০১/১১/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.E/ B.Tech ডিগ্ৰী সম্পূৰ্ণ কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথিপত্ৰ সহ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : শ্ৰীমতী কিমব্যংগ কিপগেন, সচিব, ৰাজহুৱা প্ৰতিষ্ঠান নিৰ্বাচন মণ্ডল, ব্লক নং - ১৪, CGO চৌহদ, লোধী পথ, নতুন দিল্লী - ১১০০০৩


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি