Begin typing your search above and press return to search.

ARIAS Society-ত বিজনেছ প্ৰচেছ ৰি- ইঞ্জিনিয়াৰিং এক্সপাৰ্টৰ পদ খালী

উপযুক্ত প্ৰাৰ্থীসকলক বিজনেছ প্ৰচেছ ৰি- ইঞ্জিনিয়াৰিং এক্সপাৰ্টৰ খালী পদত নিযুক্তি

ARIAS Society-ত বিজনেছ প্ৰচেছ ৰি- ইঞ্জিনিয়াৰিং এক্সপাৰ্টৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2021 9:15 AM GMT

অসম চৰকাৰৰ দ্বাৰা ১৯৯৮চনত আনুষ্ঠাপিত অসম গ্ৰামীণ আন্তঃগাঁথনি আৰু কৃষি সেৱা, এখনি স্বায়ত্ত্ব শাসিত অনুষ্ঠান যাৰ মুখ্য পদত আছে অসমৰ মুখ্য সচিব। যিয়ে অনুষ্ঠানটোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু অধ্যক্ষৰ পদত আছে অসম, কৃষি উৎপাদন আয়ুক্ত। প্ৰকল্প সমন্বয় সন্থা হৈছে অনুষ্ঠানটোৰ মুখ্য কাৰ্যালয় যাৰ অধিসূচনা কৰে জিলা প্ৰকল্প নিৰ্দেশকে। এই অনুষ্ঠানৰ মূল লক্ষ্য ৱৰ্ল্ড বেংক দ্বাৰা সাহায্যপ্ৰাপ্ত প্ৰকল্প সমূহৰ আৰু লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰাধিকৰণ অন্য বহুল্য ভাৱে সাহায্যপ্ৰাপ্ত প্ৰকল্প সমূহৰ ব্যৱস্থাপনা, স্থানাংক, আৰু ৰূপায়ন কৰা, আৰু লগতে বিভিন্ন বিভাগে প্ৰকল্পটোৰ ৰূপায়ন কৰিবৰ কাৰণে অৱয়ব কৰা পদক্ষেপ সমূহৰ নিৰীক্ষণ কৰা।

এ. আৰ. আই. এ. এছ. গুৱাহাটীত পদখালী :

অসম গ্ৰামীণ আন্তঃগাঁথনি আৰু কৃষি সেৱা গুৱাহাটীত, শেহতীয়া ভাৱে উপযুক্ত প্ৰাৰ্থী সকলক বিজনেছ প্ৰচেছ ৰি- ইঞ্জিনিয়াৰিং এক্সপাৰ্টৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

বিজনেছ প্ৰচেছ ৰি- ইঞ্জিনিয়াৰিং এক্সপাৰ্ট

খালী পদৰ সংখ্যা

০৩

দৰমহা

৬.৬০ - ১০.৮০লাখ,( প্ৰতি বছৰে)

বয়স

ন্যূনতম ৪৫বছৰ, (০১নৱেম্বৰ, ২০২১-ত)

নিযুক্তিৰ স্থান

গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

১১ নৱেম্বৰ, ২০২১

আৱেদন প্ৰক্ৰিয়া

ৱাক ইন


বিজনেছ প্ৰচেছ ৰি- ইঞ্জিনিয়াৰিং এক্সপাৰ্টৰ পদৰ বাবে অৰ্হতা :


> অণুবিদ্যুৎ/ কম্পিউটাৰ বিজ্ঞান/ জ্ঞান প্ৰযুক্তিবিদ্যা/ সংবাদ প্ৰণালীত B. Tech/ B.E. বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সমান্তৰাল বিষয়ত MCA/ M. Sc।

> প্ৰবন্ধকৰ পদত ৰাজহুৱা/ প্ৰখ্যাত ব্যক্তিগত খণ্ডৰ অণুবিদ্যুৎ সেৱা কেন্দ্ৰত নূন্যতম ০৭বছৰীয়া অভিজ্ঞতা। যদিহে কোনো ০৭বছৰীয়া অভিজ্ঞ প্ৰাৰ্থী উপলব্ধ নহয় তেন্তে এই অৰ্হতা ০৫বছৰীয়া অভিজ্ঞতা লৈকে কমাই দিয়া হ'ব।

> কম্পিউটাৰ এপ্লিকেচন সমূহত কৌশলী, লগতে ইণ্টাৰনেট সংযোগী এপ্লিকেচন সমূহৰ দক্ষতা, এম.এছ. ৱৰ্ড, এম.এছ. এক্সেল আদি।

> ইংৰাজী ভাষাত সলসলীয়া। স্থানীয় ভাষাৰ জ্ঞান থকা প্ৰাৰ্থী সমূহক প্ৰাধান্য দিয়া হ'ব।

আৱেদন প্ৰক্ৰিয়া :


ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে (কেৱল ভাৰতীয়) এ. আৰ. আই. এ. এছ. সমাজ, কৃষি চৌহদ, খানাপাৰা, জি.এছ. ৰোড, গুৱাহাটী ৭৮১০২২ ত অনুষ্ঠিত হ'বলগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

তাৰিখ : ১১/১১/২০২১

সময় : পুৱা ১০: ৩০ৰ পৰা বিয়লি ১২বজালৈকে

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি