Begin typing your search above and press return to search.
কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ উপ-সঞ্চালক নিযুক্তি
কেন্দ্ৰীয় কেবিনেট সচিবালয়ে উপ-সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৩টা।
দৰমহাঃ মাহিলী ৭৯ হেজাৰৰ পৰা ২,০৯,২০০টকা।
বয়সৰ সীমাঃ ডেপুটেচন তথা হ্ৰস্ব ম্যাদ ভিত্তিক নিযুক্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-০৯-২০২০।
সবিশেষ জানিবলৈ https://cabsec.gov.in/index.php চাওক।
Next Story