কেবিনেট সচিবালয়ত ক্ষেত্ৰ সহায়ক নিযুক্তি

কেবিনেট সচিবালয়ত ক্ষেত্ৰ সহায়ক নিযুক্তিৰ বাবে উত্তৰ-পূবৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
কেবিনেট সচিবালয়ত ক্ষেত্ৰ সহায়ক নিযুক্তি

খালীপদৰ সংখ্যাঃ ১২টা।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ডৰ অধীনত ১৫-০৫-২০২০ৰ ভিতৰত ন্যূনতম দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

বয়সৰ সীমাঃ ১৫-০৫-২০২০ত ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰত হব লাগিব।

ভাষা অনুযায়ী পদঃ আংগামী- ১টা, আৰ্কানীজ-১টা, বড়ো- ১টা। ব্ৰুঃ এটা। চেমা এটা, মাৰাঃ ১টা। জেলিয়াংগংঃ ১টা। ৰীয়াংঃ ১টা। কন্যাকঃ ১টা।

আবোদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১২-২০২০।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আনুসংগিক নথিপত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ Under Secretary (Pers.F), Cabinet Secretariat, Govt. Of India, Room No. 1001, B-1 Wing, 10th Floor, Pt. Deendayal Antyodaya Bhawan, CGO Complex, Lodhi Road, New Delhi – 110003 লৈ স্পীড পোষ্টযোগে প্ৰেৰণ কৰিব পাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com