Begin typing your search above and press return to search.

মহাগাণনিক নিয়ন্ত্ৰক (CGA)-ৰ সহকাৰী গাণনিক বিষয়া নিযুক্তি

প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

মহাগাণনিক নিয়ন্ত্ৰক (CGA)-ৰ সহকাৰী গাণনিক বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Jan 2022 10:19 AM GMT

মহাগাণনিক নিয়ন্ত্ৰক (CGA)-ৰ বিষয়েঃ

মহাগাণনিক নিয়ন্ত্ৰক হৈছে চৰকাৰী গাণনিক সংস্থা। ই কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগত থাকে। ই চৰকাৰী গাণনিক কাম কৰে।

সহকাৰী গাণনিক বিষয়া নিযুক্তিৰ বাবে ভাৰতৰ মহাগণনিকে আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ পূৰ্বে আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

মহাগাণনিক নিয়ন্ত্ৰক (কেগ)- ৰ নিযুক্তি-২০২২ঃ

মহাগাণনিক নিয়ন্ত্ৰক (কেগ)-এ সহকাৰী গাণনিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ


প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

সহকাৰী গাণনিক বিষয়া।

পদৰ সংখ্যা

৫৯০ টা।

দৰমহা

সপ্তম দৰমহা আয়োগৰ পে-মেট্ৰিক্সৰ লেভেল ০৮/ ০৯ অনুসৰি।

চাকৰিৰ স্থান

ভাৰতৰ যিকোনো স্থানত।

বয়সৰ সীমা

সৰ্বোচ্চ ৫৬ বছৰ।

অন্তিম তাৰিখ

০৭-০৩-২০২২।

ৱেবছাইট

https://cga.nic.in/index.aspx

অৰ্হতাঃ

সম-পৰ্যায়ৰ সহকাৰী গাণনিক বিষয়া পদত কাৰ্যনিৰ্বাহ কৰি থকা। এচ এ এছ পৰীক্ষা উত্তীৰ্ণ।

আবেদনৰ নিয়মঃ


অহা ৭ মাৰ্চ, ২০২২-ৰ ভিতৰত পোৱাকৈ Senior Accounts Officer (HR.3), O/o Controller General of Accounts, Department of Expenditure, Ministry of Finance, Room No. 210, 2nd Floor, Mahalekha Niyantrak Bhawan, Block E, GPO Complex, INA, Delhi-11002375675-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে। অথবা groupbsec.cga@gov.in-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।




আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি