Begin typing your search above and press return to search.
ভাৰতীয় প্ৰতিযোগিতা আয়োগত উপ-সঞ্চালক প্ৰধানৰ পদ খালী
ভাৰতীয় প্ৰতিযোগিতা আয়োগে উপ-সঞ্চালক প্ৰধান পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০৯টা।
দৰমহাঃ লেভেল ১২(৭৮,৮০০-২,০৯,২০০টকা) / [ পে-বেণ্ড-৩ + ৭,৬০০টকাৰ গ্ৰেড পে)।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৬-২০২১।
নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত ।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৬ বছৰ।
অৰ্হতাঃ আয়কৰ বিভাগ, সীমা শুল্ক, এনফোৰ্চমেণ্ট ডিৰেক্টৰেট/আৰক্ষী বিভাগ/ জি এছ টি আদিত কৰ্মৰত বিষয়া হব লাগিব। আইনৰ জ্ঞান থাকিব লাগিব।
আবেদনৰ নিয়মঃ এই পদৰ বাবে আবেদন জনাবলৈ www.cci.gov.in লগ ইন কৰক। .
Next Story