Begin typing your search above and press return to search.

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত কাৰ্য়ালয় সহায়কৰ পদ খালী

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই কাৰ্য়ালয় সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াত কাৰ্য়ালয় সহায়কৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2022 1:01 PM GMT

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ বিষয়েঃ

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয়কৃত বেংক। এই বেংকৰ মালিকীস্বত্ব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ হাতত আছে। ই হৈছে দেশৰ অন্যতম পুৰণি বাণিজ্যিক বেংক। এই বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত।

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই কাৰ্যালয় সহায়ক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ নিয়ুক্তি-২০২২ঃ

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই কাৰ্য়ালয় সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ




পদৰ নাম

কাৰ্যালয় সহায়ক।

খালী পদৰ সংখ্যা

২ টা।

বয়সৰ সীমা

৩৫ বছৰ।

নিযুক্তিৰ স্থান

জবলপুৰ।

দৰমহা

মাহিলীী ১২ হেজাৰ টকা।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

১৯ ফেব্ৰুৱাৰী, ২০২২।

আবেদন প্ৰক্ৰিয়া

অফলাইন।


শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্য়ালয়ৰ পৰা বি এছ ডব্লিউ / বি এ বা বি কম হব লাাগিব। প্ৰাৰ্থীৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। তদুপৰি প্ৰাৰম্ভিক গাণনিক আৰু বুক কিপিঙৰ জ্ঞান থাকিব লাগিব। প্ৰাৰ্থীৰ স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।


আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলে Regional Manager/Chairman, Local Advisory Committee, Central Bank of India, Regional Office, Polipathar, Gwarighat Road, Jabalpur-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।




আৰু চাব পাৰে :গোৱা পি.এছ.চি. নিযুক্তি ২০২২ - ০১ মুখ্য বৈদ্যুতিক অভিযন্তা খালী পদ


Next Story
চাকৰি