Begin typing your search above and press return to search.

চি বি এফ চিৰ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তি

চেণ্ট্ৰেল ব'ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন(চেন্সৰ ব'ৰ্ড)-এ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

চি বি এফ চিৰ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-08-01T18:41:50+05:30

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৬বছৰ।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮,৭০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

আবেদন প্ৰক্ৰিয়াঃ নিৰ্ধাৰিত প্ৰ-পত্ৰ( অৱশিষ্ট-২) সম্পূৰ্ণকৈ পূৰণ কৰি Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001 লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ https://mib.gov.in/ চাওক।

Next Story