চি বি এফ চিৰ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তি

চেণ্ট্ৰেল ব'ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন(চেন্সৰ ব'ৰ্ড)-এ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
চি বি এফ চিৰ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তি

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৬বছৰ।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮,৭০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

আবেদন প্ৰক্ৰিয়াঃ নিৰ্ধাৰিত প্ৰ-পত্ৰ( অৱশিষ্ট-২) সম্পূৰ্ণকৈ পূৰণ কৰি Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001 লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ  https://mib.gov.in/ চাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com